• About
  • Advertisement
  • Contact
Friday, May 20, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ

Spotlight Northeast by Spotlight Northeast
July 5, 2021
in Assam
Reading Time: 1 min read
A A
ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ
Share on FacebookShare on TwitterShare on Whatsapp

ৰাজ্যত দৈনিক সংঘটিত হ’বলৈ ধৰিছে ধৰ্ষণৰ ঘটনা। মহিলাৰ সুৰক্ষা যেন ব্যৰ্থ হৈছে ৰাজ্যৰ গৃহ বিভাগ। যাৰ বাবে ৰাজ্যত বৃদ্ধি পাই আহিছে নাৰীজনিত অপৰাধ। আজি পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী ৩৮ বৰ্ষীয় মহিলা। বকোৰ সোণতলীত চাৰি পাষণ্ডই মিলি ধৰ্ষণ কৰিলে মহিলা গৰাকীক ৷

ADVERTISEMENT

টকা ধাৰলৈ দিয়াৰ প্ৰলোভন দি মহিলাক গৰাকীক পথাৰলৈ মাতি নি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত হবিবুৰ ৰহমান নামৰ লোক এজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

অভিযোগ অনুসৰি বকোৰ সোনতলীৰ জাওকাটাদিয়াত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ আব্দুল মান্নান, সমচেৰ আলী আৰু মজিৰ আলী নামৰ তিনি পাষণ্ডই প্ৰথমে মহিলাগৰাকীক মাতি নি ধৰ্ষণ কৰে। তাৰ পিছতে একে গাঁৱৰে হবিবুৰ ৰহমানে ঘৰলৈ লৈ যায় কিন্তু হবিবুৰেও মহিলাগৰাকীক ধৰ্ষণ কৰে। পিছত উপায়হীন মহিলাগৰাকীয়ে সোনতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু সোনতলী আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত হবিবুৰ ৰহমানক আটক কৰে। কিন্তু অভিযুক্ত আব্দুল মান্নান, মজিৰ আলী আৰু সমচেৰ আলী বৰ্তমান পলাতক অৱস্থাত আছে। ইতিমধ্যে অভিযুক্ত কেইজনক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Tags: Assam policeBoko Police
ShareTweetSend
Previous Post

বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

Next Post

Ravi Shastri or Rahul Dravid? Former Captain Kapil Dev’s opinion

Next Post
Ravi Shastri or Rahul Dravid? Former Captain Kapil Dev’s opinion

Ravi Shastri or Rahul Dravid? Former Captain Kapil Dev's opinion

CoWIN being prepared to be made open-source: PM Modi

CoWIN being prepared to be made open-source: PM Modi

Pranab Mukherjee’s son joins TMC

Pranab Mukherjee's son joins TMC

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.