• About
  • Advertisement
  • Contact
Thursday, May 26, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Health

আজি ১ জুলাই : ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

চিকিৎসক সকলৰ সন্মানৰ অৰ্থে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

Spotlight Northeast by Spotlight Northeast
July 1, 2021
in Health, National
Reading Time: 1 min read
A A
আজি ১ জুলাই : ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
Share on FacebookShare on TwitterShare on Whatsapp

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। সমগ্ৰ ভাৰতবৰ্ষত ১ জুলাইৰ দিনটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়।

ADVERTISEMENT

চিকিৎসক সকলৰ সমাজৰ প্ৰতি থকা অৱদান সৰ্বজনবিদিত।সেয়েহে চিকিৎসক সকলৰ জনতাৰ প্ৰতি কৰা ত্যাগলৈ সন্মান জনাই পহিলা জুলাইৰ দিনটোত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে উদযাপন কৰা হয়‌। বিশেষকৈ ক’ভিডৰ প্ৰথমটো লহৰৰ পৰা এতিয়ালৈ সমগ্ৰ দেশৰ চিকিৎসক সমাজে দিন ৰাতি একাকাৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে। আনকি বহু চিকিৎকে জনতাৰ সেৱাত ব্ৰতী হৈ মৃত্যু পৰ্যন্ত আকোৱালি লৈছে। তেনেক্ষেত্ৰত সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিয়ে মানৱ সেৱাৰ সৈতে জড়িত চিকিৎসক সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো নিতান্তই প্ৰয়োজনীয়।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ডা০ বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু তিথি উপলক্ষে ১ জুলাইৰ তাৰিখটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ দেশবাসীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিকিৎসক সমাজৰ চিকিৎসক সকলৰআজি বিয়লি ৩ বজাত ভিডিঅ’ কনফাৰেঞ্চিঙ যোগে দেশৰ চিকিৎসক সকলক পোনপটীয়াকৈ সম্বোধন কৰিব।

Tags: National Doctors' Day
ShareTweetSend
Previous Post

অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

Next Post

দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

Next Post
দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক'ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি

প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি

অসম-মিজোৰাম সীমান্তত উত্তেজনা

অসম-মিজোৰাম সীমান্তত উত্তেজনা

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.