• About
  • Advertisement
  • Contact
Tuesday, May 24, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home National

দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ দেশৰ মুখ্য ন্যায়াধীশৰে সাক্ষাৎ

Spotlight Northeast by Spotlight Northeast
July 1, 2021
in National, NorthEast
Reading Time: 1 min read
A A
দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ
Share on FacebookShare on TwitterShare on Whatsapp

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ দেশৰ মুখ্য ন্যায়াধীশৰে সাক্ষাৎ। মঙ্গলবাৰে সাক্ষাৎকালত মুখ্যমন্ত্ৰী গৰাকীয়ে নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ বাবে দেশৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিলে।

ADVERTISEMENT

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনাক দিল্লীত সাক্ষাৎ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে। মঙ্গলবাৰে সাক্ষাৎকালত নাগালেণ্ডবাসীৰ বাবে পৃথক উচ্চ ন্যায়ালয় স্থাপনত সমৰ্থন ব্যক্ত কৰে দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে। তাৰ পিছতে এই কথা টুইটেৰে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’য়ে।

উল্লেখ্য যে,নাগালেণ্ডত নিজস্ব উচ্চ ন্যায়ালয়ৰ অনুপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চে চলাই আহিছে সম্পূৰ্ণ ন্যায়িক প্ৰক্ৰিয়া। এনেক্ষেত্ৰত নাগালেণ্ডৰ ৰাইজৰ বাবে নিজ ৰাজ্যত পৃথক উচ্চ ন্যায়ালয় থকাটো নিতান্তই প্ৰয়োজনীয়।

Tags: Chief Justice NV RamanaNagaland CM Neiphiu Rio
ShareTweetSend
Previous Post

আজি ১ জুলাই : ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

Next Post

প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি

Next Post
প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি

প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি

অসম-মিজোৰাম সীমান্তত উত্তেজনা

অসম-মিজোৰাম সীমান্তত উত্তেজনা

ভূৰাগাঁৱৰ কিশোৰী ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা।

ভূৰাগাঁৱৰ কিশোৰী ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা।

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.