• About
  • Advertisement
  • Contact
Wednesday, May 18, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।

পৰাক্ৰমী জিণ্টু গগৈৰ সাহসীকতাৰ যুগজয়ী কাহিনী পঢ়ক

Spotlight Northeast by Spotlight Northeast
June 30, 2021
in Assam, National
Reading Time: 1 min read
A A
আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।
Share on FacebookShare on TwitterShare on Whatsapp

আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।

ADVERTISEMENT

পৰাক্ৰমী জিণ্টু গগৈৰ সাহসীকতাৰ যুগজয়ী কাহিনী পঢ়ক

১৯৯৯ চনৰ কাৰগিল যুদ্ধ,শত্ৰুপক্ষক ৰুধিবলৈ আৰম্ভ হ’ল ভাৰতীয় সেনাৰ “অপাৰেচন বিজয়”।
সময় তেতিয়া ২৯ জুনৰ নিশা। খৱৰ আহিল পাকিস্তানী সৈন্যই এল অ’ চি পাৰ হৈ কালা পাহাৰত শত্ৰু সৈন্যই অৱস্থান কৰিছে। লগে লগেই গাৰহোৱাল ৰাইফলচৰ এমুঠি মান সহযোদ্ধাৰ সৈতে ৰণলৈ ওলাল কেপ্তেইন জিণ্টু গগৈ।

প্ৰথমে ছুটীত আছিল জিণ্টু গগৈয়ে। কিন্তু এনে অনাকাংক্ষিত খৱৰ বাবে ছুটি এৰি যুদ্ধ ক্ষেত্ৰলৈ ঢাপলি মেলিছিল গগৈ। অভিযানৰ সময়ছোৱাত সন্মুখীন হ’ল বুজন সংখ্যক পাকিস্তানী সেনা । সহজে হাৰ মানি যোৱা বিধৰ সৈনিক নাছিল কেপ্তেইন গগৈৰ উপৰি তেওঁৰ ৰণক্ষেত্ৰৰ সহযোগী।

পাকিস্তানী সৈন্যৰ পৰি চলিল ধাৰাষাৰ গুলিবৰ্ষণ। পিছ মুহূৰ্ততে কেপ্তেইন জিণ্টু গগৈৰ সতীৰ্থ টীমেও জনালে যোগ্য প্ৰত্যুত্তৰ। ঢলি পৰি বহু পাকিস্তানী সেনা। কিন্তু এনেতে শত্ৰু পক্ষৰ মেচিন গানৰ গুলিয়ে স্পৰ্শ কৰিলে ৰণুৱা জিণ্টু গগৈৰ নাভি। তথাপিও অসীম পৰাক্ৰমী বীৰ সৈনিকৰ দৰে গুলীবিদ্ধ অৱস্থাৰে দি গ’ল শত্ৰুৰ প্ৰতিটো গুলিৰ প্ৰত্যুত্তৰ। মৃত্যুৰ শেষ নিশ্বাস পৰ্যন্ত যুঁজি থকা জিণ্টু গগৈ অৱশেষত পৰৱৰ্তী দিনা ৩০ জুন তাৰিখে শ্বহীদ হ’ল।

আৰু আজি কাৰগিল যুদ্ধৰ শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি। ১৯৯৯ চনৰ আজিৰ দিনটোতে দেশ মাতৃৰ বাবে প্ৰাণ আহুটি দিছিল এই গৰাকী সুযোগ্য সন্তানে।

Tags: Indian ArmyMartyr Jintu Gogoi
ShareTweetSend
Previous Post

সংকটত শতিকা গৰকা অসমৰ চাহ অৰ্থনীতি

Next Post

ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ’ৰ সমীক্ষা

Next Post
ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ’ৰ সমীক্ষা

ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ'ৰ সমীক্ষা

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ'লীয়াম মন্ত্ৰণালয়

বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.