• About
  • Advertisement
  • Contact
Saturday, May 14, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

আজিয়ে মুকলি আকাশৰ তললৈ আহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

অখিল গগৈক দোষমুক্ত নিয়াৰ আদালতৰ

Spotlight Northeast by Spotlight Northeast
July 1, 2021
in Assam
Reading Time: 1 min read
A A
Share on FacebookShare on TwitterShare on Whatsapp

অখিল গগৈক দোষমুক্ত নিয়াৰ আদালতৰ। চানমাৰি থানাৰ ১৩/১৯ নং গোচৰত অখিল গগৈৰ লগতে দোষমুক্ত ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰো ।

ADVERTISEMENT

আজিয়ে মুকলি আকাশৰ তললৈ আহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শেহতীয়া ভাৱে অখিল গগৈ চাবুৱা থানাৰ গোচৰত দোষমুক্ত হৈছিল কিন্ত দোষমুক্ত হোৱা নাছিল চান্দমাৰি থানাৰ গোচৰত। অখিল গগৈৰ আন তিনি গৰাকী সতীৰ্থ নিয়াৰ এই গোচৰত জামিন লাভ কৰিছিল যদিও দোষমুক্ত হোৱা নাছিল। অৱশেষত নিয়াৰ অন্তিমটো গোচৰত দোষমুক্ত হ’ল অখিল গগৈৰ লগতে আন তিনি গৰাকী সতীৰ্থ ক্ৰমে ধৈৰ্য্য কোঁৱৰ,মানস কোঁৱৰ আৰু বিতু সোণোৱাল।

অভিযোগৰ কোনো সঠিক তথ্য প্ৰমাণ নিয়াই আদালতত দাখিল কৰিব নোৱাৰাত যাৰ বাবে চাৰ্জ ফ্ৰেমিং প্ৰক্ৰিয়াতে অখিল গগৈৰ পক্ষত ৰায় প্ৰদান কৰিলে আদালতে।

অখিল গগৈৰ বিৰুদ্ধে নিয়াৰ দুটা গোচৰকে ধৰি মুঠ তেৰটা গোচৰ আছিল। অন্য গোটেইকেইটা গোচৰত মুক্ত হোৱাৰ পিছত চান্দমাৰি থানাত ৰোজু হোৱা মাওবাদীৰে জড়িত থকাৰ গোচৰত দোষমুক্ত হোৱা নাছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

প্ৰায় ডেৰটা বছৰ কাৰাবন্দীত্বৰ পিছত আজিয়ে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ। যাৰ বাবে শিৱসাগৰবাসীৰ লগতে তেওঁৰ সমৰ্থক সকলৰ মাজত উচাহৰ ঢল বৈছে।

Tags: Akhil GogoiAkhil Gogoi Gets Bail
ShareTweetSend
Previous Post

চিনেমাট’গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

Next Post

অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

Next Post
অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

আজি ১ জুলাই : ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

আজি ১ জুলাই : ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক’ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

দেশৰ মুখ্য ন্যায়াধীশক নাগালেণ্ডৰ বাবে পৃথক হাইক'ৰ্ট স্থাপনৰ অনুৰোধ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.