Spotlight Northeast
11 May,2021*15:10 IST* 1 MIN READ
ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক । লগতে দল আৰু চৰকাৰৰ মাজত সমন্বয়ক হিচাপে কাম কৰিব বৰুৱাই।
বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে আজি আনুষ্ঠানিক ভাৱে জয়ন্ত মল্ল বৰুৱাক এই দায়িত্ব অৰ্পণ কৰে ।