• About
  • Advertisement
  • Contact
Thursday, May 19, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

ডিগবৈৰ টিংৰাই বজাৰত গ্ৰেণেড বিস্ফোৰণ: এগৰাকী নিহত,তিনিগৰাকী আহত‌

Spotlight Northeast by Spotlight Northeast
May 14, 2021
in Assam
Reading Time: 1 min read
A A
ডিগবৈৰ টিংৰাই বজাৰত গ্ৰেণেড বিস্ফোৰণ: এগৰাকী নিহত,তিনিগৰাকী আহত‌
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

14 May,2021* 17:40 IST* 2 MIN READ

 

তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত শুক্ৰবাৰে আবেলি সংঘটিত হ’ল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। পুৰণমাল আগৰৱালা নামৰ এগৰাকী ব্যক্তিৰ হাৰ্ডৱেৰ দোকানৰ সন্মুখত বাইকত অহা দুগৰাকী অচিনাক্ত ব্যক্তিয়ে গ্ৰেণেড দলিয়াই থৈ যোৱাৰ ফলত বিস্ফোৰণ সংঘটিত হৈ সঞ্জীত সিং পানীখোৱা নামৰ এগৰাকী ২৫ বছৰীয়া যুৱক নিহত হোৱাৰ লগতে আন তিনিগৰাকী লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। মৃত ব্যক্তি জনৰ ঘৰ টিংৰাইৰ শুকান পুখুৰীত বুলি জানিব পৰা গৈছে। আহত কেইগৰাকী ক্ৰমে সুৰজিৎ তালুকদাৰ,মনজিৎ দাসৰ ঘৰ টিংৰাই বজাৰত হোৱাৰ বিপৰীতে ঘনশ্যাম আগৰৱালাৰ ঘৰ বগাপানীত।

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী
উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে শীঘ্ৰে অপৰাধীক কৰায়ত্ত কৰা কথা উল্লেখ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি ঘটনা সংঘটিত হোৱা স্থানত এক প্ৰকাণ্ড শব্দ শুনাৰ পাছতে ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।
তাৰ পিছত স্থানীয় ৰাইজৰ সহায়ত আহত কেইগৰাকীক এখন মিনিট্ৰাকৰ জৰিয়তে ততাতৈয়াকৈ ডিগবৈ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

এতিয়ালৈ প্ৰকৃততে কোনে এই গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত সেয়া এইমূহূৰ্তলৈ জানিব পৰা হোৱা নাই।

Tags: AssamDigboiDigboi grenade attackGrenade
ShareTweetSend
Previous Post

Arunachal Pradesh : Tashi Yangjom becomes the first Indian this season to climb Mount Everest

Next Post

Mizoram, Nagaland to start vaccination drive for 18-44 age group from May,17

Next Post
Mizoram, Nagaland to start vaccination drive for 18-44 age group from May,17

Mizoram, Nagaland to start vaccination drive for 18-44 age group from May,17

Assam : ULFA-I Declares Unilateral Ceasefire For 90 days

Assam : ULFA-I Declares Unilateral Ceasefire For 90 days

“XOGUN” – An Assamese Short Film to be screened at New York Indian Film Festival

"XOGUN" - An Assamese Short Film to be screened at New York Indian Film Festival

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.