• About
  • Advertisement
  • Contact
Wednesday, June 29, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Politics Assam Election 2021

কোন ক’ত জিকিল – ১২৬ টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা –

Spotlight Northeast by Spotlight Northeast
May 3, 2021
in Assam Election 2021
Reading Time: 1 min read
A A
কোন ক’ত জিকিল – ১২৬ টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা –
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

3 May,2021* 14:20 IST* 3 MIN READ

 

বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যৰ শাসনৰ বাঘজৰী পুনৰ এবাৰ নিজৰ হাতত ৰখাৰ পথ প্ৰশস্ত হ’ল । কংগ্ৰেছে যোৱাবাৰৰ নিৰ্বাচনতকৈ কিছু সংখ্যক আসন অধিক লাভ কৰিলেও শাসনত অহাৰ বাবে পৰ্যাপ্ত নাছিল সেই সংখ্যা । বহু হেভিৱেইট প্ৰাৰ্থী পৰাস্ত হ’ল , তাৰ বিপৰীতে এইবাৰৰ বিধানসভাই দেখিব কেইখনমান নতুন মুখ ।

কোন ক’ত জিকিল – ১২৬ টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা –

 

বিজেপি :

১) ৰাতাবাৰী বিজয় মালাকাৰ ২) পাথাৰকান্দি কৃষ্ণেন্দু পাল৩) শিলচৰ দ্বিপায়ন চক্ৰৱৰ্তী৪) ঢলাই পৰিমল শুক্লবৈদ্য৫) উদাৰবন্দ মিহিৰকান্তি ছুম৬) লক্ষীপুৰ কৌশিক ৰায়৭) হাফলং নন্দিতা গাৰলোছা৮) বোকাজান নোমল মোমিন৯) হাওৰাঘাট দৰছিং ৰংহাং১০) ডিফু বিদ্যাসিং ইংলেং১১) বৈঠালাংছ’ ৰূপছিং টেৰণ১২) বিজনী অজয় কুমাৰ ৰয়১৩) পাটাছাৰকুছি ৰঞ্জিত দাস১৪) পলাশবাৰী হেমাংগ ঠাকুৰীয়া১৫) জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা১৬) দিছপুৰ অতুল বৰা ১৭) গুৱাহাটী(পূঃ) সিদ্ধাৰ্থ ভট্টাচাৰ্য১৮) হাজো সুমন হৰিপ্ৰিয়া১৯) কমলপুৰ দিগন্ত কলিতা ২০) ৰঙিয়া ভৱেশ কলিতা২১) নলবাৰী জয়ন্ত মল্ল বৰুৱা২২) ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী ২৩) ছিপাঝাৰ পৰমানন্দ ৰাজবংশী২৪) ঢেকীয়াজুলি অশোক সিংঘাল২৫) বৰছলা গণেশ লিম্বু২৬) ৰঙাপাৰা কৃষ্ণকমল তাঁতী ২৭) চতিয়া পদ্ম হাজৰিকা২৮) বিশ্বনাথ প্ৰমোদ বৰঠাকুৰ২৯) বিহালী ৰঞ্জিত দত্ত৩০) গহপুৰ উৎপল বৰা৩১) জাগীৰোড পীযুষ হাজৰিকা৩২) মৰিগাঁও ৰমাকান্ত দেউৰী৩৩) নগাঁও ৰূপক শৰ্মা৩৪) বঢ়মপুৰ জিতু গোস্বামী৩৫) হোজাই ৰামকৃষ্ণ ঘোষ৩৬) লামডিং শিবু মিশ্ৰ৩৭) সৰুপথাৰ বিশ্বজিত ফুকন৩৮) গোলাঘাট অজন্তা নেওগ৩৯) খুমটাই মৃণাল শইকীয়া৪০) মাহমৰা যোগেন মহন৪১) সোণাৰি ধৰ্মেশ্বৰ কোঁৱৰ৪২) বিহপুৰীয়া অমিয় কুমাৰ ভূঞা৪৩) লখিমপুৰ মানৱ ডেকা৪৪) ঢকুৱাখনা নৱ দলে’৪৫) ধেমাজি ৰণোজ পেগু৪৬) জোনাই ভূবন পেগু৪৭) মৰাণ চক্ৰধৰ গগৈ৪৮) ডিব্ৰুগড় প্ৰশান্ত ফুকন৪৯) লাহোৱাল বিনোদ হাজৰিকা৫০) দুলীয়াজান তেৰছ গোৱালা৫১) টিংখাং বিমল বৰা৫২) নাহৰকটীয়া তৰংগ গগৈ৫৩) তিনিচুকীয়া সঞ্জয় কিষাণ৫৪) ডিগবৈ সুৰেন ফুকন৫৫) মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা৫৬) ডুমডুমা ৰূপেশ গোৱালা৫৭) শদিয়া বলীন চেতিয়া৫৮) যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী৫৯) মাজুলী সৰ্বানন্দ সোণোৱাল৬০) পানেৰী বিশ্বজিত দৈমাৰী

কংগ্ৰেছ:

১) কৰিমগঞ্জ(উত্তৰ) কমলাক্ষ দে পুৰকায়স্থ ২) কৰিমগঞ্জ(দঃ) ছিদ্দিক আহমেদ৩) বৰখলা মিছবাহুল ইছলাম লস্কৰ৪) কাটিগড়া খলিলুদ্দিন বৰভূঞা৫) দক্ষিণ শালামাৰা ৱাজেদ আলী চৌধুৰী৬) গোলকগঞ্জ আব্দুছ সোবাহান আলী সৰকাৰ৭) অভয়াপুৰী(উত্তৰ) আব্দুল বাতেন খণ্ডকাৰ ৮) অভয়াপুৰী(দক্ষিণ) প্ৰদীপ সৰকাৰ৯) দুধনৈ যাদৱ স্বৰ্গীয়াৰী১০) গোৱালপাৰা(পূঃ) আবুল কালাম ৰশিদ আলম১১) গোৱালপাৰা(পশ্চিম) আব্দুৰ ৰশিদ মণ্ডল১২) জলেশ্বৰ আফতাবুদ্দিন মোল্লা১৩) বৰপেটা আব্দুৰ ৰহিম আহমেদ১৪) বাঘবৰ শ্বেৰমান আলী১৫) সৰুক্ষেত্ৰী জাকিৰ হুছেইন সিকদাৰ১৬) বকো নন্দিতা দাস১৭) ছয়গাঁও ৰেকিবুদ্দিন আহমেদ১৮) বৰক্ষেত্ৰী দিগন্ত বৰ্মন১৯) মঙলদৈ বসন্ত দাস২০) বটদ্ৰৱা শিৱামণি বৰা২১) লাহৰিঘাট আছিফ মহম্মদ নাজাৰ ২২) ৰহা শশীকান্ত দাস২৩) ৰূপহীহাট নুৰুল হুদা২৪) চামগুৰি ৰকিবুল হুছেইন২৫) তিতাবৰ ভাস্কৰজ্যোতি বৰুৱা২৬) মৰিয়নী ৰূপজ্যোতি কুৰ্মী২৭) নাজিৰা দেৱব্ৰত শইকীয়া২৮) থাওৰা সুশান্ত বৰগোঁহাই২৯) নাওবৈচা ভৰত নৰহ

অগপ:

১) তেজপুৰ পৃথ্বীৰাজ ৰাভা২) কলিয়াবৰ কেশৱ মহন্ত৩) বোকাখাত অতুল বৰা৪) দেৰগাঁও ভৱেন ভড়ালী৫) বঙাইগাঁও ফণীভূষণ চৌধুৰী৬) গুৱাহাটী(পশ্চিম) ৰমেন্দ্ৰ নাৰায়ণ কলিতা৭) টীয়ক ৰেণুপমা ৰাজখোৱা৮) আমগুৰি প্ৰদীপ হাজৰিকা৯) চাবুৱা পোণাকন বৰুৱা

এআইউডিএফ:

১) বদৰপুৰ আব্দুল আজিজ২) হাইলাকান্দি জাকিৰ হুছেইন লস্কৰ৩) কাটলিচেৰা ছজামুদ্দিন লস্কৰ৪) আলগাপুৰ নিজামুদ্দিন চৌধুৰী৫) সোণাই কৰিম উদ্দিন বৰভূঞা৬) মানকাচৰ আমিনুল ইছলাম৭) ধুবুৰী নজৰুল হক ৮) গৌৰিপুৰ মিজানুৰ ৰহমান৯) বিলাসীপাৰা (পশ্চিম) হাফিজ বছিৰ কাছিমী১০) বিলাসীপাৰা(পূঃ) ছামছুল হুদা১১) ভৱানীপুৰ ফণী তালুকদাৰ১২) জনীয়া হাফিজ ৰফিকুল ইছলাম১৩) চেঙা আশ্ৰাফুল হুছেইন১৪) দলগাঁও মজিবুৰ ৰহমান ১৫) ধিং আমিনুল ইছলাম১৬) যমুনামুখ ছিৰাজুদ্দিন আজমল

বিপিএফ:

১) গোসাঁইগাঁও মাজেন্দ্ৰ নাৰ্জাৰী২) কোকৰাঝাৰ(পশ্চিম) ৰবিৰাম নাৰ্জাৰী৩) কলাইগাঁও দুৰ্গাদাস বড়ো৪) মাজবাট চৰণ বড়ো

ইউপিপিএল:

১) কোকাৰাঝাৰ(পূঃ) লৰেন্স ইছলাৰী২) ছিদলি জয়ন্ত বসুমতাৰী ৩) তামুলপুৰ লেহোৰাম বড়ো ৪) বৰমা ভূপেন বড়ো ৫) চাপাগুৰি ইউ জি ব্ৰহ্ম৬) উদালগুৰি গোবিন্দ বসুমতাৰী

চিপিআই এম:১) সৰভোগ মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দল: ১) শিৱসাগৰ অখিল গগৈ

ShareTweetSend
Previous Post

“এখন দেশ, ভিন্ন ক’ভিড ভেকচিনৰ মূল্য কিয় ? ” চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

Next Post

100 Million-Year-Old Fossil Bones of Dinosaur Discovered in West Khasi Hills

Next Post
100 Million-Year-Old Fossil Bones of Dinosaur Discovered in West Khasi Hills

100 Million-Year-Old Fossil Bones of Dinosaur Discovered in West Khasi Hills

Assam BJP dissolves its all minority cell

Assam BJP dissolves its all minority cell

Assam Reports 55 COVID-19 Deaths, 4,826 New Cases

Assam Reports 55 COVID-19 Deaths, 4,826 New Cases

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.